WELCOME TO AAHHCDT100P CARE FOUNDATION

AALEHHCDT100P CARE FOUNDATION

“যত্ন লোৱা ভেঁটি”

# QUICKIE DIGITAL REPORT ৰ সৈতে বিষ নোহোৱাকৈ পৰীক্ষাৰ বিশ্লেষণ কৰক।
# শৰীৰৰ অনুনাদ চুম্বকীয় বিশ্লেষক  MINI (MRI)  ২৮৬ টা লক্ষণৰ ফলাফল।
# আৰম্ভনিতে লক্ষন গম পোৱা ব্যৱস্থা নিৰুগী হৈ থকাৰ।
# পৰিনামৰ পৰিনতি পোৱা পৰিপূৰক।
# পৰিপূৰক খাই স্বাস্থ ভালে ৰাখক টকা চাৰি লাখৰ বীমা লাভ কৰক।
# পৰিপূৰক ৰেহাই মূল্যত উপলব্ধ।
# চাৰি লাখৰ বীমা পোৱা আগতে ১৮ হাজাৰ পাব কিস্তিত।
# মৌলিক ধাতুৰ বস্তু (তাবিজ, চেইন, আঙুঠি ইত্যাদি) পৰীক্ষা কৰা সময়ত শৰীৰত নাথাকিলে ভাল।
# শিশুৰ বাবে এই সুবিধা আহি আছে (১০টা পৰীক্ষা কৰা হয়)
# Attention (মনোযোগ) Deficit (ঘাটি) Hyperactivity (স্বাভাবিক কাৰ্য্যৰ ক্ষমতা) Disorder (বেমেজালি/কাম নকৰা).
# (A) DMIT, (B) PGA, (C) ESP, (D) PGM, (E) QSP (F) NLP
# তেজৰ বিষাক্ত পদাৰ্থ পৰিষ্কাৰ কৰাৰ বাবে, ব্ৰঞ্জ চিকিৎসা পদ্বতিৰে,
 
@ বিনামূলীয়াকৈ চাৰি লাখ টকাৰ বীমা কেনেকৈ পাব @
 

নিয়ম:-
০) এই বীমাত থাকিব দূঘটনাত অন্তুভূক্ত সুবিধা লাভ কৰিব ৪ লাখ টকাৰ ভিতৰত।
১) বিশ্লেষণত উল্লেখ কৰা পৰিপূৰক বোৰ ক্ৰয় কৰক।
২) প্ৰয়োজনীয় পৰিপূৰক সমূহ ব্যৱহাৰ কৰক।
৩) পৰিপূৰক থিক মতে খাই/খোৱাই এক মাহৰ পাছত আকৌ বিশ্লেষণ কৰক। (মাছুল মাত্ৰ ১০০ টকা)
৪) বিশ্লেষণ কৰি পৰিপূৰক খোৱা জনৰ স্বাস্থ্য উন্নত হোৱা লক্ষণ পোৱা পাছত আনক জনাব লাগে।
৫) মানুহৰ শৰীৰত খাদ্যপ্ৰাণ তথা অম্ল-খাৰৰ সম্পোন্ন বিশ্লেষণ অতি কম খৰচত কৰিব বুলি ওচৰৰ লোকক জনাব লাগে।
৬) তেতিয়া বীমা লাভ কৰিবলৈ সোনকালে আৰু সহজ হৈ পৰে।
৭) এই বিশ্লেষণ দেহৰ কোষত হৈ থকা সূক্ষ্ম স্তৰত অধিক/অভাৱ অৱস্থাক সংকেত দিয়ে।
৮) তেতিয়া স্বাস্থ্যৰ অৱনতি হোৱাৰ আগতে স্বাস্থ্য যতন লবলৈ পূৰ্বতে সচেতন কৰি দিয়ে।
৯) এই পৰিপূৰক সমূহ ক্ৰয় কৰিবলৈ পৰিচয় পত্ৰৰ প্ৰয়োজন হব Pan Card আৰু Bank Passbook copy
(তিনি মাহৰ লেনাদেনা থাকিব লাগিব)
 
"নিজৰ সপোন নিজে লিখক আৰু পৰিপূৰ্ণ কৰি জীৱনটো বাস্তৱত ৰূপায়ন কৰক"
আৰু “নতুনকৈ উদযাপন কৰক”
 
যোগাযোগ কৰক +৯১ ৯৭০৭৬০৯৫২৯ +91 9707609529
ধলা-ধাদুম গাওঁ পঞ্চায়তৰ বিপৰীতে থকা পথটোৱদি আহি আহোম গাওঁৰ নাম-ঘৰৰ ওচৰত।
পৰামৰ্শদাতাৰ প্ৰথম মাচুল ₹ ৬০০/- পৰৱৰ্তী মাচুল ₹ ৩০০/-
 
খেতিয়কৰ বাৱে “শিকোৱা হব” (কম সাৰ বেছিকৈ ব্যৱহাৰ) মাটিৰ পৰীক্ষা, জৈৱিক সাৰ, জৈৱিক অম্ল, কীট-পতংগ নাশক প্ৰস্তুত কেনেকৈ কৰে।
লগতে   REHABILITY CENTER (আসক্তি মুক্তি কেন্দ্র)

CLICK THE BUTTON TO DOWNLOAD